Posted inঅসম

বৰপেটাৰ কয়াকুছিত ৭ গৰাকী নিচাযুক্ত দ্ৰব্য সেৱনকাৰীক আটক

বৰপেটা জিলাৰ ৪৬ নং সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত কয়াকুছি বজাৰৰ সমীপৰ কুৰিহা গাঁৱৰ ৰহিমুদ্দিনৰ ঘৰৰ পৰা যোৱা কালি সন্ধিয়া ৰহিমুদ্দিন খলিফাৰ লগতে ৭জনকৈ গাঞ্জা আৰু ড্ৰাগছ সেৱন কাৰীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । কাসন্ধিয়া ৮ মান বজাত বৰপেটা সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জন দলে আৰু কয়াকুছি আৰক্ষীৰ চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ডিজু […]