Posted inঅসম

বৰপেটা চহৰৰ মাজমজিয়াত দুটা বনৰীয়া হাতী

বৰপেটা : বৰপেটা চহৰৰ মাজমজিয়াত দুটা বনৰীয়া হাতী। বনাঞ্চলৰ পৰা আহি বৰপেটাৰ জনাঞ্চলত প্ৰৱেশ দুটা বনৰীয়া হাতীৰ। চহৰৰ মাজমজিয়াত হাতী চাবলৈ ৰাইজৰ ভিৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আহে হাতী আৰু মানুহৰ সংঘাত। উজনি-নামনিৰ কেইবাখনো জিলাত হাতী আৰু মানুহৰ সংঘাতে দিনক দিনে ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। গোলাঘাট, নগাঁও, ওদালগুৰি আৰু কামৰূপ জিলাৰ বকোৰ লগতে গোৱালপাৰা […]