নিউজ ডেস্কঃ গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে IPL ৰ খেল। বৰ্ষাপাৰা ষ্টেডিয়ামত দুখনকৈ IPL মেচ পতাৰ সৌভাগ্য লাভ কৰিছে অসম ক্ৰিকেট সন্থাই। ইতিমধ্যেই বুধবাৰে ৰাজস্থান ৰয়েলছ আৰু পঞ্জাৱ কিংছৰ মাজত প্ৰথম খেল অনুষ্ঠিত হৈ গৈছে। যিহেতু গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে IPL ৰ খেল তাৰ বাবে দৰ্শকৰো যথেষ্ঠ ভিৰ দেখা গ’ল। কিন্তু […]