Posted inNews

নৱবৰ্ষত অসমবাসীয়ে উপভোগ কৰিবলৈ পাব প্ৰথমখন আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট মেচ

১০ জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব ভাৰত-শ্ৰীলংকাৰ মাজত ক্ৰিকেট মেচ ক্ৰিকেটপ্ৰেমী ৰাইজৰ বাবে সুখৱৰ। নৱবৰ্ষতেই অসমবাসী ৰাইজে উপভোগ কৰিবলৈ পাব প্ৰথমখন আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট মেচ। ১০ জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব ভাৰত-শ্ৰীলংকাৰ মাজত এদিনীয়া ক্ৰিকেট মেচ। গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট মেচখন। BCCIয়ে অসম ক্ৰিকেট সন্থাক ভাৰত-শ্ৰীলংকা শৃংখলাৰ প্ৰথমখন এদিনীয়া ক্ৰিকেট মেচ আয়োজনৰ দায়িত্ব অৰ্পণ […]