Posted inঅসম

বৰ্ষাশ্ৰীৰ পোষ্টত কমেণ্ট কৰি কাৰাগাৰত! কাইলৈ মুক্তিলাভ বিতুপন চাংমাইৰ

ছ’চিয়েল মিডিয়াত দেশদ্ৰোহ সংক্ৰান্তীয় পোষ্ট কৰি কাৰাবাস খাটিবলগীয়া হোৱা বৰ্ষাশ্ৰী বুঢ়াগোঁহাইয়ে ইতিমধ্যে মুক্তি লাভ কৰিলে। ছ’চিয়েল মিডিয়া আৰু সংবাদ মাধ্যমে সৃষ্টি কৰা ব্যাপক চৰ্চাৰ পিছতে জামিনত মুক্তি লাভ কৰিছিল বৰ্ষাশ্ৰীয়ে।