Posted inমুখ্যপৃষ্ঠা

বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ দেহাৱসান

গুৱাহাটীঃ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ দেহাৱসান। শনিবাৰে আবেলি ৪বাজি ৫৬ মিনিটত জিএমচিএইচত শেষনিশ্বাস ত্যাগ বুঢ়াসত্ৰীয়াগৰাকীৰ। বশিষ্ঠ দেৱশৰ্মাৰ মৃত্যুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰি কয়, ‘মহাপুৰুষ দুজনাৰ একান্ত অনুগামী, বৰপেটা সত্ৰৰ পৰম পূজনীয় বুঢ়া সত্ৰীয়া শ্ৰীযুত বশিষ্ঠ দেৱশৰ্মাদেৱ আছিল এক অনুষ্ঠান সদৃশ৷ তেখেতৰ মহাপ্ৰয়াণৰ বাতৰিত মৰ্মাহত হৈছোঁ ৷ তেখেতে ৰিক্ত কৰা এই […]