গুৱাহাটীঃ গছ ৰোপন কৰি পৰিবেশ সংৰক্ষনত ব্যস্ত পূব কামৰূপ বন সংমণ্ডলৰ বিষয়া কৰ্মচাৰী। পূৱ কামৰূপ বন সংমণ্ডলৰ সৌজন্যত আৰু কালাপাহাৰ বনাঞ্চলিক কাৰ্যালয়ৰ সহযোগত কালাপাহাৰস্থিত আইটিআই মহাবিদ্যালয় খেলপথাৰত এক বৃক্ষ ৰোপন কাৰ্যসূচী সম্পন্ন কৰা হয়। বৃক্ষ ৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক সন্দীপ কুমাৰ, পূৱ কামৰূপ জিলা বন সংমণ্ডলৰ DFO ৰোহিনী বল্লভ শইকীয়া, […]
Tag: BASISTA FOREST RANGE
Posted inঅসম