Posted inNews

 বটদ্ৰৱাত প্ৰশাসনৰ উচ্ছেদ অভিযান আৰম্ভ

বটদ্ৰৱাৰ বেদখলকৃত ভূমিত উচ্ছেদ অভিযান আৰম্ভ সোমবাৰে পুৱাৰে পৰা বটদ্ৰৱাৰ বেদখলকৃত ভূমিত চলিল উচ্ছেদ অভিযান। বিগত তিনিদিন ধৰি ফ্লেগমাৰ্চ কৰাৰ পাছত দেওবাৰে সামৰিক বাহিনীয়ে বটদ্ৰৱা বীজ পামৰ মুকলি পথাৰত অস্ত্ৰ-শস্ত্ৰৰে আখৰাত ব্যস্ত হোৱা পৰিলক্ষিত হয়। ইফালে সহস্ৰাধিক আৰক্ষীৰ কুচকাৱাজত আতংকময় পৰিৱেশৰ মাজতে সোমবাৰে আৰম্ভ হোৱা উচ্ছেদৰ পূৰ্বেই বাসগৃহ ত্যাগ কৰিছে বহু বেদখলকাৰী পৰিয়ালে। আনহাতে, বৰ্তমানলৈ […]