ধিংঃ ৰাজ্যত উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে কৰোনাত আক্ৰান্তৰ সংখ্যা। কৰোনা মহামাৰীৰ ভয়াবহতাৰ পৰা ৰক্ষা কৰিবলৈ ৰাজ্য চৰকাৰে কৰোনা পৰীক্ষা আৰু ভেকচিন প্ৰদানত গুৰুত্ব আৰোপ কৰিছে। ৰাজ্যত ভেকচিন প্ৰদান কাৰ্যসূচী চলি থকা সময়তে স্বাস্থ্য বিভাগৰ ফালৰ পৰা মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱ, আইমাতৃ সকলক কৰোনাৰ ভেকচিন প্ৰদান কৰা হয়। বটদ্ৰৱা ক্ষুদ্র প্ৰাথমিক […]