Posted inNews

মানহানিৰ গোচৰত বিবিচিলৈ চমন জাৰি দিল্লী উচ্চ ন্যায়ালয়ৰ, কিন্তু কিয়?

নিউজ ডেস্ক:  গুজৰাটৰ এটা বেচৰকাৰী সংস্থাই দাখিল কৰা মানহানিৰ গোচৰত ব্ৰিটেইনৰ সংবাদ সংস্থা ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্প’ৰেশ্যনক চমন জাৰি দিল্লী উচ্চ ন্যায়ালয়ৰ। বিবিচিয়ে প্ৰকাশ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সম্পৰ্কীয় দুটা খণ্ডৰ তথ্যচিত্ৰখনে ভাৰত আৰু ইয়াৰ ন্যায়পালিকাক তিৰস্কাৰ কৰিছে। সোমবাৰে ন্যায়াধীশ শচীন দত্তৰ বিচাৰপীঠে বিবিচিকে ধৰি প্ৰতিবাদকাৰীক চমন জাৰি কৰে। গুজৰাটৰ এটা বেচৰকাৰী সংস্থাৰ অধিবক্তা হৰিশ ছালভে […]