গুৱাহাটী : ড০. বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ (বিবিচিআই) সঞ্চালক ড০ অমল চন্দ্ৰ কটকীৰ দ্বাৰা সম্পাদিত ‘‘এ বুক অন প্ৰিঞ্চিপলছ এণ্ড প্ৰেকটিচ অব্ অংক’ল’জী’’ শীৰ্ষক এখন গ্ৰন্থ যোৱা ২০.১২.২০২১ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক উপহাৰ হিচাপে প্ৰদান কৰা হয়। কিতাপখন ‘আজাদী কা অমৃত মহোৎসৱ’ আৰু ভাৰত চৰকাৰৰ আত্মনিৰ্ভৰ ভাৰতৰ অভিযানৰ সৈতে সংগতি ৰাখি প্ৰকাশ […]