নিউজ ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ ১২ ভাৰতীয় বলাৰৰ আইপিএলত খেলিব লগীয়া খেলুৱৈ ওপৰত বিচিচিআই দিছে কিছু নিষেধাজ্ঞা। আইপিএল খেলাত কোনো বাধা নাই এই ১২ ভাৰতীয় বলাৰ ওপৰত। কিন্তু বলাৰক আইপিএল ফ্রেন্সাই জিয়ে কোনো অধিক চাপ প্রয়োগ কৰিব নোৱাৰিব। এই সন্দৰ্ভত বিচিচিআই নিৰ্দেশনা জাৰি কৰিছে। আইপিএল শেষ হোৱাৰ লগে লগেই ভাৰতীয় ক্ৰিকেট দলে ১ জুন ৰ […]