Posted inঅসম

২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে BCPL-ৰ ১৫ শতাংশ লাভাংশ ঘোষণা

গুৱাহাটী: ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড চমুকৈ BCPL-এ পৰিশোধ কৰিব লগীয়া মুঠ ২১২.৬৫ কোটি টকাৰ লাভাংশৰ পেইড-আপ ইকুইটি শ্বেয়াৰ কেপিটেলত ১৫ শতাংশ লাভাংশ ঘোষণা কৰিছে, শুকুৰবাৰে প্ৰতিষ্ঠানটোৱে এক প্ৰেছ বিজ্ঞপ্তি যোগে সদৰী কৰে। নতুন দিল্লীৰ পৰা ভাৰ্চুৱেলি কোম্পানীটোৰ ১৫ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত ভাষণ দি বি চি পি এলৰ অধ্যক্ষ এম ভি আয়াৰে কয় যে […]