নিউজ ডেস্কঃ বেঁকী নৈৰ তীব্ৰ গৰা খহনীয়াত ত্ৰস্তমান ৰাইজ। ঘৰ-দুৱাৰ, মাটি-সম্পত্তি হেৰুৱাই সৰ্বহাৰা হৈ পৰিছে শতাধিক লোক। ইতিমধ্যে খহনীয়াই কালৰূপ ধাৰণ কৰি কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কাউৰঝাহী, আমগুৰী, শওঁপুৰ, খাৰবাল্লী, সাওৰাচৰা আৰু মজিদভিটা আদি গাঁওসমূহৰ অধিকাংশ উটুৱাই লৈ গৈছে ৷ যোৱা কেইদিনত নৈৰ বুকুত ২০ টাকৈ পৰিয়ালৰ সৰ্বস্ব জাহ গৈছে । ঘৰ-বাৰী হেৰুৱাই গছৰ তলত নতুবা […]