নিউজ ডেস্কঃ ৰামনৱমীৰ দিনা ইন্দোৰত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। ইন্দোৰৰ বেলেশ্বৰ মহাদেৱ ঝুলেলাল মন্দিৰত এটা দ’ কোৱাৰ চাল খহি পৰাৰ ফলত কমেও ১৩ জন (বাতৰিটো প্ৰচাৰ হোৱা সময় লৈকে) লোকৰ মৃত্যু হৈছে। কুৱা টোৰ ওপৰত থকা চালখনত বহি ৰামনৱমীৰ উপলক্ষে পূজা কৰি আছিল । পূজা কৰি থকাৰ সময়তেই প্ৰায় ৩০ জনৰো অধিক লোক গভীৰ কুৱাটোৰ […]