গুৱাহাটী : অৱশেষত বেলতলাৰ ছাৰ্ভেৰ চন্দন নগৰৰ বৃদ্ধ দম্পতীৰ হত্যাকাৰী চিনাক্ত। কেয়াৰ টেকাৰ আকাশ চৌধুৰীয়ে হত্যা কৰিছিল বৃদ্ধ দম্পতীক। ক্ৰাইম ব্ৰাঞ্চৰ জেৰাত হত্যাকাণ্ড সংঘটিত কৰা বুলি স্বীকাৰ কৰে আকাশ চৌধুৰীয়ে। বেলতলাৰ ছাৰ্ভেৰ চন্দন নগৰৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ হত্যাকাৰী আকাশ চৌধুৰী বুলি অৱশেষত পোহৰলৈ আহিল। হত্যাকাণ্ডৰ পিছৰে পৰা আকাশ চৌধুৰীয়ে হত্যাকাণ্ডৰ কথা অস্বীকাৰ কৰি আহিছিল। আৰক্ষী আয়ুক্ত […]