Posted inঅসম

কোভিডৰ ভুৱা প্ৰমাণপত্ৰ দি গ্ৰেপ্তাৰ লেব টেকনিচিয়ান

গুৱাহাটীঃ মহানগৰী গুৱাহাটীত কোভিডৰ ভুৱা প্ৰমাণপত্ৰ দি গ্ৰেপ্তাৰ লেব টেকনিচিয়ান। বেংক বিষয়াক কোভিড ৰিপ’ৰ্ট নিগেটিভ বুলি ভুল প্ৰমাণপত্ৰ দিছিল এপ’ল’ হাস্পতালত কৰ্মৰত ইমাতুল হুছেইন নামৰ যুৱকজনে। বেংক বিষয়াজনৰ সন্দেহ ওপজাত কৰোৱাইছিল কোভিড টেষ্ট। টেকনিচিয়ানজনে দিয়া কোভিড ৰিপ’ৰ্ট বেংকত জমা দি বিমোৰত পৰে বিষয়াজন। বিষয়াজনক দিছিল বেলেগৰ কোভিড ৰিপ’ৰ্ট। কোভিড পৰীক্ষাৰ নামত প্ৰৱঞ্চনা কৰাৰ অভিযোগত  লেব […]