শিলচৰ: পশুৰ সৈতে যৌন ক্ৰিয়াত লিপ্ত হোৱাৰ অভিযোগত ত্ৰিপুৰা আৰক্ষীয়ে অলপতে অসমৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰে। জানিব পৰা মঙলবাৰে অসম-ত্ৰিপুৰা সীমান্তৰ কদমতল আৰক্ষী থানাৰ অন্তৰ্গত সৰলাত অভিযুক্ত যুৱকজনে এটা গৰু পোৱালিৰ সৈতে যৌন ক্ৰিয়াত লিপ্ত হৈছিল। ধৃত যুৱকজনক কৰিমগঞ্জ জিলাৰ পাথৰকান্দিৰ ২৩ বছৰীয়া হালিম উদ্দিন বুলি চিনাক্ত কৰা হৈছে। প্ৰাপ্ত তথ্য মতে শিলচৰৰ নগৰৰ পৰা […]