Posted inঅসম

দিচাং নৈৰ মথাউৰিৰ ছিঙা অংশই শিৱসাগৰ নগৰলৈ আনিছে ভাবুকি

শিৱসাগৰ, আমিনুৰ ৰহমান: শিৱসাগৰ জিলাৰ বেতবাৰী চেতিয়া কৈৱৰ্ত দুৱৰী গাঁৱত দিচাং নৈৰ খহনীয়াই বেতবাৰী মৌজাৰ লগতে গাতে লাগি থকা শিৱসাগৰ নগৰলৈ ভাবুকি কঢ়িয়াই আনিছে। অঞ্চলটোৰ ৰাইজে অভিযোগ কৰা মতে দুৱৰী গাঁৱত দিচাং নৈৰ মথাউৰিৰ ছিঙা অংশটো যদিহে অতি সোনকালে মেৰামতি কৰা নহয় তেতিয়া সমগ্ৰ অঞ্চলটোৰ লগতে শিৱসাগৰ নগৰ বানত ডুব যাব। জলসম্পদ বিভাগে যোৱা বছৰ […]