ভৱানীপুৰ : জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই শনিবাৰে ভৱানীপুৰ সমষ্টিৰ বিধায়ক আৰু জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে ভৱানীপুৰৰ মেধিকুছি অঞ্চলত বন্যাৰ্তসকলৰ বাবে নিৰ্মিত অস্থায়ী আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি শিবিৰত আশ্ৰয় লৈ থকা লোক সকলৰ খবৰ লয়। এই লোক সকলক খাদ্য, চিকিৎসা, খোৱা পানী আদি ব্যৱস্থা সুচাৰুৰূপে কৰিবৰ বাবে মন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে এন […]