Posted inঅসম

প্ৰাক্তন মন্ত্ৰী ভৱেশ কলিতা অসম বিজেপিৰ নতুন সভাপতি নিৰ্বাচিত

গুৱাহাটী : ৰঙিয়া সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ভৱেশ কলিতাক অসম বিজেপিৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়। শনিবাৰে, বিজেপিৰ ৰাষ্ট্ৰীয় ভৱেশ কলিতাক অসমৰ দলীয় দ্বায়িত্ব অৰ্পন কৰাৰ লগতে মণিপুৰ বিজেপিৰ নতুন সভাপতি হিচাপে সাৰদা দেৱীক নিয়োগ কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই দুয়োজনকে এই দ্বায়িত্ব অৰ্পন কৰে বুলি দলটোৰ সাধাৰণ সম্পাদক অৰুণ সিঙে […]