গোৰেশ্বৰঃ সংযুক্ত কৃষক মৰ্চা আৰু কেবাটাও বামপন্থী সংগঠনৰ আহ্বান মৰ্মে আজি ২৭ ছেপ্টেম্বৰত আহ্বান কৰা “ভাৰত বন্ধ”ৰ প্ৰভাৱ পৰিছে বাক্সা জিলাৰ গোৰেশ্বৰতো। তিনি কৃষি আইন বাতিল কৰা, শ্ৰম সংহিতা প্ৰত্যাহাৰ কৰা, ৰাজহুৱা খণ্ডৰ বেচৰকাৰীকৰণ আৰু মূল্যবৃদ্ধিৰ বিৰুদ্ধে সংযুক্ত কৃষক মৰ্চাৰ আহ্বানত আহ্বান কৰা হৈছে ভাৰত বন্ধ। কেইবামাহো ৰাজধানী দিল্লীত কৃষক বিৰোধী আইন বাতিল কৰাৰ দাবীত […]