নিউজ ডেস্ক: অসমৰ তীর্থযাত্রীসকলৰ বাবে ভাল খবৰ লৈ আহিছে উত্তৰ-পূব সীমান্ত ৰেলৱেই। বহিঃৰাজ্যৰ তীৰ্থস্থান দর্শন কৰিবলৈ বিচৰা তীর্থযাত্ৰীসকলৰ বাবে আৰ চি টি চি আৰু উত্তৰ-পূব সীমান্ত ৰেলৱেই বিশেষ ৰেলৰ ব্যৱস্থা আৰম্ভ কৰিবলৈ লৈছে। আই আৰ চি টি চিৰ আঞ্চলিক মুৰব্বী আৰ এন ৰণমুঙে বৃহস্পতিবাৰে এক সংবাদ মেল সম্বোধন কৰি জনাই যে, অহা ২৭ মে’ত অসমৰ […]