নিউজ ডেস্কঃ বলিউদত পুনৰ খোজ পেলাবলৈ সাজু এগৰাকী অসম সন্তান। বিশ্বনাথ চাৰিআলিৰ ভাৰ্গৱ শইকীয়াই ‘বোক্সী’ নামৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ হিন্দী ছবিৰ পৰিচালনাৰে বলিউদত ভুমুকি মাৰিবলৈ সাজু হৈছে। ‘বোক্সী’ নামৰ এই ছবিখন ভৌতিক কাহিনীৰ আধাৰত নিৰ্মিত হ’ব। অতি সোনকালেই ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম আৰম্ভ হ’ব। ছবিখনৰ প্ৰথম পৰ্যায়ৰ দৃশ্য গ্ৰহণ ২৩ ছেপ্টেম্বৰত দাৰ্জিলিং আৰু চিকিমৰ গভীৰ অভৰাণ্যত আৰম্ভ […]