Posted inNews

গুৱাহাটীত উত্তৰ পূৰ্বাঞ্চল তথ্য আয়ুক্তৰ সন্মিলন

নিউজ ডেস্ক: অসম তথ্য আয়োগ আৰু ভাৰতৰ ৰাষ্ট্ৰীয় তথ্য আয়োগ ফেডাৰেচনৰ উদ্যোগত বুধবাৰে গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ তথ্য আয়ুক্তৰ এখন সন্মিলন অনুষ্ঠিত হৈ যায়। এই সন্মিলনখন উদ্বোধন কৰে কেন্দ্ৰীয় তথ্য আয়োগৰ মুখ্য তথ্য আয়ুক্ত তথা অৱসৰপ্ৰাপ্ত আই এফ এছ বিষয়া শ্ৰী ৱাই কে সিনহাই। আজি অসম তথ্য আয়োগৰ সন্মিলন হলত অনুষ্ঠিত সন্মিলনত ভাষণ দি শ্ৰী সিনহাই আবেদন […]