Posted inক্ৰীড়া

অলিম্পিকত ৰূপৰ পদক আজুৰিলে ভাবিনাবেন পেটেলে

টকিঅ’ চলি থকা পেৰা অলিম্পিকত টেবুল টেনিছ শাখাত ৰূপৰ পদক লাভ কৰে ভাবিনাবেন পেটেলে |টেবুল টেনিছৰ একক শাখাৰ ফাইনেলত ভাবিনা চীনৰ জুং য়িঙৰ বিপক্ষে ১১-৭, ১১-৫, ১১-৬ চেটত পৰাস্ত হয় |এইজয়ৰ দ্বাৰা ভাবিনাই পেৰা অলিম্পিকত টেবুল টেনিছ ইভেন্টত পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় খেলুৱৈ হিচাবে পৰিগনিত হয় | লগতে পঢ়ক ভেকচিনৰ অপচয় ৰোধৰ ৰবটিক […]