নাজিৰাঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাৰ শিমলুগুৰি টিপমীয়া গাঁৱৰ ৰাইজৰ মাজতো দেখা পোৱা গৈছে ভোগালীক লৈ ব্যাপক উছাহ। গাঁওবাসীয়ে ইতিমধ্যে পথাৰত সাজু কৰি তুলিছে ভেলাঘৰ। কৃষিজীৱি অসমীয়া গ্ৰাম্য চহা জীৱনৰ অন্যতম অংগ ভোগালী বিহুৰ পৰম্পৰা ধৰি ৰাখি গাঁওবাসীয়ে পথাৰতে হাঁহে-মাহে উৰুকাৰ নিশা একেলগে এসাজ খাবলৈ প্ৰস্তুতি চলাইছে। লগতে পঢ়কঃআজি উৰুকা! উৰুকাৰ নিশা জুতি লগাই […]