Posted inNews

মাজুলীৰ বিধায়ক ভূৱন গামৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

নিউজ ডেস্ক: মাজুলীৰ বিধায়ক ভূৱন গামৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। শোণিতপুৰৰ খনামুখৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনাগ্ৰস্ত সংঘটিত হৈছে। এখন ব’লেৰৰ বাহনৰ খুন্দাত বিধায়ক গৰাকীৰ বাহনৰ পিছফালটো চুৰমাৰ হয়। দুৰ্ঘটনা সময়ত বাহনখনত বিধায়কৰ সৈতে পত্নীও আছিল। দুৰ্ঘটনাৰ ফলত আহত হোৱা ভূৱন গামক তেজপুৰ টাইমচ হাস্পতালত ভৰ্তি কৰা হৈছে। গাড়ী চালক আৰু বিধায়ক গৰাকীৰ পত্নী সামান্য আঘাত প্ৰাপ্ত […]