Posted inNews

বহু আৰক্ষী বিযয়া সোণৰ ছিণ্ডিকেটৰ লগত জড়িত হৈ আছে: ভূপেন বৰা

নিউজ ডেস্ক- ৰাজ্যখনত বহু আৰক্ষী বিযয়া সোণৰ ছিণ্ডিকেটৰ লগত জড়িত হৈ আছে বুলি অভিযোগ প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। কালি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে, সমগ্ৰ ৰাজ্যজুৰি নকল সোণৰ এক ৰমৰমীয়া ব্যৱসায় চলি আছে। এই ব্যৱসায়ৰ সৈতে বহু শীৰ্ষ আৰক্ষী বিষয়া জড়িত আছে। উল্লেখ্য যে, সমগ্র বিষয়টো মুখ্যমন্ত্ৰীয়ে প্ৰথমে গুৰুত্বহীন কৰিব […]