Posted inNews, অসম, ৰাজনীতি

৪৭৫ বৰ্গফুটৰ ফ্লেটৰ লগত ২৯ বিঘা চিলিং উদ্ধৃত মাটিৰ তুলনা নহয়: ভূপেন বৰা

গুৱাহাটী: সোমবাৰে মন্ত্ৰী পিযুষ হাজৰিকাই ভূপেন বৰাৰ পত্নীৰ নামত গুৱাহাটীত হাউছিঙৰ ফ্লেট থকা বুলি সংবাদমেল যোগে অভিযোগ কৰাৰ পিছতে বিষয়টোত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে স্পষ্ট কৰিছে নিজৰ স্থিতি। আজি সংবাদ মাধ্যমৰ আগত বিষয়টোৰ ওপৰত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভূপেন বৰাই তেওঁৰ পত্নীৰ নামত ফ্লেট থকাৰ কথা স্বীকাৰ কৰি ইয়াৰ বাবে সন্মুখীন হ’বলগীয়া আইগত ব্যৱস্থা গ্ৰহণ […]