Posted inঅসম

শিৱসাগৰ আৰু সোণাৰিতো সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক জন্ম দিৱস উদযাপন

শিৱসাগৰঃ ৰাজ্য়ৰ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰতো উদযাপন কৰা হৈছে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক জন্ম দিৱস। শিৱসাগৰৰ দৌলমুখ চাৰি আলিত দিখৌপৰীয়া সন্মিলিত যুৱ সংঘৰ উদ্যোগত উদযাপন কৰা হৈছে বিশ্ববন্দিত শিল্পী গৰাকীৰ জন্ম দিৱস। লগতে পঢ়কঃৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে সোণাৰি ৰাজহুৱা খেলপথাৰত যোগাসন শিবিৰ আৰম্ভ এই উপলক্ষে পুৱাই ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পণ তথা বন্তি প্ৰজ্বলন […]