প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিজ্ঞান ভৱনত ভাৰতত নতুন আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘৰ আঞ্চলিক কাৰ্যালয় আৰু উদ্ভাৱন কেন্দ্ৰ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰত ৬জি ভিজন ডকুমেণ্ট উন্মোচন কৰাৰ লগতে ৬জি গৱেষণা আৰু উন্নয়ন টেষ্ট বেড মুকলি কৰে। ইয়াৰ উপৰিও তেওঁ ‘Call before u Dig’ এপ মুকলি কৰে। আইটিইউ হৈছে ৰাষ্ট্ৰসংঘৰ তথ্য আৰু যোগাযোগ প্ৰযুক্তি (আইচিটি)ৰ বিশেষ সংস্থা। […]
Tag: Bhutan
Posted inঅসম