Posted inঅসম

পাব্লিক আৰ্ট, বৃহৎ নদী বান্ধ আৰু নীলিম মহন্তৰ গ্ৰেপ্তাৰ; অংগ আৰ্ট কালেক্টিভৰ বিবৃতি

গুৱাহাটী: বৃহৎ নদীবান্ধৰ বিৰোধিতাত দেৱাল অংকন কৰাৰ বাবে অসমৰ চিত্ৰশিল্পী নীলিম মহন্তক দেওবাৰে নিশা অৰুণাচল প্ৰদেশৰ আৰক্ষীয়ে লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে। মহন্তৰ গ্ৰেপ্তাৰ প্ৰসংগত গুৱাহাটীস্থিত ‘অংগ আৰ্ট কালেক্টিভ’-এ প্ৰদান কৰা এক বিবৃতি তলত তুলি ধৰা হ’ল – যোৱাকালি ৰাতি চ’চিয়েল মিডিয়া যোগে আমি এই খবৰ লাভ কৰিলোঁ যে অসমৰ যুৱ শিল্পী নীলিম মহন্তক অৰুণাচল প্ৰদেশৰ […]