Posted inদেশ-বিদেশ

২০ মিনিটত এটা ৰোল খাওক আৰু লাভ কৰক আকৰ্ষণীয় পুৰস্কাৰ

নিউজ ডেস্কঃ ফাষ্টফুড হয়তো সৰুৰ পৰা ডাঙৰলৈকে সকলো লোকৰে প্ৰিয়। আবেলি হ’লেই ফাষ্টফুডৰ ষ্টল সমূহত অগণন লোকৰ ভিৰ। পিছে ফাষ্টফুড খাইয়ে এইবাৰ লাভ কৰক ২০,০০০টকা। এই অফাৰ আগবঢ়াইছে দিল্লীৰ মডেল টাউনৰ পথৰ দাঁতিত থকা এখন ফাষ্টফুডৰ ষ্টলে। ২০,০০০ টকা লাভ কৰিবলৈ আপুনি ২০ মিনিটত খাই শেষ কৰিব লাগিব প্ৰায় ১০ কেজি ওজনৰ এটা ৰোল। The […]