Posted inঅসম

পথাৰৰ পকা ধান খাই তহিলং কৰিছে বনৰীয়া হাতীৰ জাকে

বিশ্বনাথ : বিহালীত বনৰীয়া হাতীৰ জাকৰ সন্ত্ৰাস। পথাৰৰ পকা ধান খাই তহিলং কৰিছে বনৰীয়া হাতীৰ জাকে। মূৰে-কপালে হাত দিছে কৃষকে। বন বিভাগৰ ভূমিকাত ক্ষোভিত ৰাইজ। বিশ্বনাথ জিলাৰ বিহালীত বনৰীয়া হাতীৰ জাকৰ সন্ত্ৰাস। বিগত কিছুদিন ধৰি বনৰীয়া হাতীৰ এটা বৃহৎ জাকে সন্ত্ৰাস চলাই আছে বিহালীৰ বিভিন্ন অঞ্চলত। বনৰীয়া হাতীৰ জাকটোৱে পথাৰৰ পকা ধান খাই তহিলং কৰাত […]