Posted inক্ৰীড়া

ৰাজ্যিক ক্ৰিকেট সন্থাৰ সভাপতিৰ বিৰুদ্ধে বলৎকাৰৰ অভিযোগ

বিহাৰ ক্ৰিকেট সন্থাৰ সভাপতিৰ বিৰুদ্ধে বলাৎকাৰৰ অভিযোগ । এগৰাকী যুৱতীয়ে আনিছে এই অভিযোগ । ঘটনাটো সংঘটিত হোৱা প্ৰায় এটা বছৰৰ পিছত আৰক্ষীৰ কাষ চাপিল যুৱতী গৰাকী । যুৱতী গৰাকী হ’ল এটা বিজ্ঞাপন কোম্পানীৰ ডাইৰেক্টৰ । বিগত বৰ্ষৰ জুলাই মাহত দিল্লীত বিজ্ঞাপন সন্দৰ্ভত যুৱতীগৰাকীয়ে লগ কৰিছিল বিহাৰ ক্ৰিকেট সন্থাৰ সভাপতি ৰাকেশ তিৱাৰীক। সেই সময়তে তিৱাৰীয়ে তেওঁক […]