নিউজ ডেস্ক: বিহাৰৰ ছাপ্ৰা জিলাত এজন যুৱকৰ কাণ্ডই আৰক্ষীৰ চকু কপালত তুলিছে। সুধীৰ মিশ্ৰ নামৰ এজন যুৱকে নিবনুৱা যুৱকক কৰ্মসংস্থাপন দিয়াৰ নামত এ টি এম ভঙাৰ প্ৰশিক্ষণ দিছে। এটা ষ্টাৰ্টআপৰ জৰিয়তে যুৱকজনে নিবনুৱা যুৱকসকলক মাত্ৰ ১৫ মিনিটতে এ টি এম ভাঙি তাৰ পৰা ধন উলিয়াই নিয়াৰ কৌশল শিকায়। দেশৰ বিভিন্ন প্ৰান্তত সুধীৰ মিশ্ৰই এনেদৰে ষ্টাৰ্টআপ […]