Posted inঅসম

ৰঙালীক আদৰিবলৈ ৰাজ্যৰ বিভিন্ন স্থানত বিহু নৃত্যৰ কৰ্মশালা

জামুগুৰিহাট,খুমটাইঃ ৰঙালীক আদৰিবলৈ ৰাজ্যজুৰি চলিছে ব্যাপক আয়োজন। সমগ্ৰ ৰাজ্যৰ লগতে খুমটাইৰ বিভিন্নস্থানত অনুষ্ঠিত কৰা হৈছে বিহু কৰ্মশালা । শালমৰামুখত স্বেচ্ছাসেৱী সংগঠন কুঁহিপাতৰ উদ্যোগত শালমৰামুখ গাঁওৰক্ষী বাহিনী আৰু ৰাইজৰ সহযোগত অঞ্চলটোৰ কণ কণ শিশুসকলক প্ৰদান কৰা হৈছে বিহু নৃত্যৰ প্ৰশিক্ষণ। দহদিনীয়া এই কৰ্মশালাখনিত প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে প্ৰশিক্ষণ লৈছে। ঢোল-পেঁপাৰ সুমধুৰ শব্দত ৰজনজনাইছে শালমৰামুখৰ চৌদিশ ৷ ৰাজ্যৰ […]