মানস প্ৰতিম গগৈ,মাৰ্ঘেৰিটাঃ প্ৰায় দুটা বছৰৰ বিৰতিৰ পিছত বুধবাৰৰ পৰা আৰম্ভ হৈছে মাৰ্ঘেৰিটা ব্যৱসায়ী সন্থাৰ সৌজন্যত ব’হাগী উৎসৱ। মাৰ্ঘেৰিটা টাউন হাইস্কুল খেলপথাৰৰ প্ৰয়াত বিনু চেতিয়া সোঁৱৰণি মঞ্চত অনুষ্ঠিত হোৱা বিহুৰ প্ৰথম কাৰ্যসূচী অনুসৰি পতাকা উত্তোলনৰ পিছতে অনুষ্ঠিত হয় স্বহীদ তৰ্পন কাৰ্যসূচী। বহাগী উৎসৱৰ লগত সংগতি ৰাখি হিলভিউস্থিত নৱনিৰ্মিত ইক’পাৰ্কৰ সন্মুখত সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ ব্যক্তিগত […]