Posted inঅসম

মাৰোৱাৰী যুৱ মঞ্চৰ বিহু বিতৰ্ক; অৱশেষত অসমবাসীৰ ওচৰত বিচাৰিলে ক্ষমা

নিউজ ডেস্ক: বিহুৰ কাৰ্য্যসূচীত হনুমান জয়ন্তীৰ শোভাযাত্ৰা অন্তৰ্ভুক্ত কৰাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা মাৰোৱাৰী যুৱ মঞ্চই অৱশেষত নিজৰ কাৰ্য্যৰ বাবে অসমবাসীৰ ওচৰত ক্ষমা খুজিলে। সংগঠনটোৱে আছুলৈ এখন পত্ৰ প্ৰেৰণ কৰি নিজৰ ভূল স্বীকাৰ কৰে। ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ যোগেদি আছুৰ সভাপতি/সম্পাদকলৈ প্ৰেৰণ কৰা এখন পত্ৰত সংগঠনটোৱে ডিব্ৰুগড়ত১৬ আৰু ১৭ এপ্ৰিলত দুদিনীয়া কাৰ্য্যসূচীৰে […]