Posted inদেশ-বিদেশ

ৰাজস্থানত দুটা পৃথক পৃথক দুৰ্ঘটনাত নিহত ৮জনকৈ শিশু

নিউজ ডেস্ক– ৰাজস্থানৰ বিকানেৰৰ হিম্মাতাছাৰ গাঁৱত সংঘটিত হয় হৃদয়বিদাৰক ঘটনা। খেলি থকা অৱস্থাতে মৃত্যু হয় একেলগে পাচঁটাকৈ শিশু। শিশুকেইটাই এটা শষ্য সংৰক্ষণ কৰা পাত্ৰত প্ৰৱেশ কৰে আৰু তাতেই উশাহ বন্ধ হৈ মৃত্যুমুখত পৰে। আৰক্ষীৰ মতে, পাত্ৰটো প্ৰায় খালী হৈ আছিল আৰু শিশুকেইটাই খেলি থাকোঁতে এটাৰ পিছত এটাকৈ পাত্ৰটোত জপিয়াই পৰিছিল। পাত্ৰটো দুৰ্ঘটনাক্ৰমে বন্ধ হৈ গৈছিল […]