Posted inঅসম

বিলাসীপাৰাত দুৰ্ধৰ্ষ চোৰ আটক

বিলাসীপাৰাঃ বিলাসীপাৰাত আৰক্ষীৰ জালত পৰিল চাৰিটা দুৰ্ধৰ্ষ চোৰ। ধৃত চোৰ কেইটা সূৰ্যখাতা ২নং ৱাৰ্ডৰ কেয়ামুদ্দিন আলী, ইছলাম হক আৰু কোকৰাঝাৰ গুটিৰপাৰাৰ নবিউল ইছলাম আৰু বাঙালীপাৰা নুৰ আমিন বুলি জানিব পৰা গৈছে। এই চোৰৰ দলটোৱে সূৰ্যখাতা ২ নম্বৰ ৱাৰ্ডৰ বাসিন্দা আব্দুছ ছাত্তাৰৰ বাসগৃহত কোনো নথকাৰ সুযোগ লৈ চুৰি কাৰ্য সংঘটিত কৰিছিল। প্ৰায় ডেৰ লক্ষাধিক মূল্যৰ সোণ […]