Posted inNews

৫৬ জন বিষয়াকে ধৰি বিলাসীপাৰা আৰক্ষী থানাৰ অ’ চি বদলি

নিউজ ডেস্ক: বিলাসীপাৰা থানাৰ সকলো আৰক্ষী বিষয়াক শাস্তিমূলকভাৱে বদলি কৰা হৈছে। ধুবুৰীৰ আৰক্ষী অধীক্ষক অপৰ্ণা নাটৰাজনৰ বদলিৰ কিছুদিন পিছতে অসম চৰকাৰৰ গৃহ বিভাগে বিলাসীপাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া (অ’ চি)কে ধৰি ৫৬জন বিষয়াক বদলি কৰিছে। বিলাসীপাৰা থানাৰ অ’চি জ্যোতিৰ্ময় গায়ন, SI, কনিষ্টবল, হোমগাৰ্ডসহ প্ৰায় অৰ্ধশতাধিক আৰক্ষীক শাস্তিমূলক বদলি। ৰাজ্য জোকাৰি যোৱা বিলাসীপাৰাৰ লোমহৰ্ষক বাছেৰ আলী হত্যাকাণ্ডক […]