Posted inঅসম

কনিষ্ঠ অভিযন্তা আৰু কৰ্মচাৰীৰ বিৰুদ্ধে মহিলাক যৌন নিৰ্যাতনৰ অভিযোগ

বিলাসীপাৰাঃ বিলাসীপাৰা বৈদ্যুতিক উপ-সংমণ্ডল কাৰ্যালয়ত নিয়োজিত এজন কনিষ্ঠ অভিযন্তা আৰু কৰ্মচাৰীৰ বিৰুদ্ধে মহিলাক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাৰ থানাত গোচৰ। কঠোৰ শাস্তি প্ৰদানৰ দাবী। বিলাসীপাৰা বৈদ্যুতিক উপ-সংমণ্ডলৰ অধীনস্থ উদমাৰী ৫ম খণ্ড গাঁৱত সংঘটিত হৈছে এই জঘন্য ঘটনা। গাঁও খনৰ বাসিন্দা তথা বিদ্যুৎ গ্ৰাহক আজিজুল ৰহমানৰ ঘৰত উপ সংমণ্ডলটোৰ কনিষ্ঠ অভিযন্তা খৰ্গেশ্বৰ […]