Posted inদেশ-বিদেশ

Bilkis Bano Case: ১১ গৰাকী যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিতক মুকলি

বিলকিছ বানু। সকলোৰে বাবে সম্ভৱতঃ পৰিচিত নাম নহয়। এগৰাকী ধৰ্ষিতা, ধৰ্ষিতা বুলি কোৱাতকৈ গণধৰ্ষণৰ বলি হোৱা এগৰাকী দুৰ্ভগীয়া, পীড়িতা বুলিয়েই কম।