Posted inদেশ-বিদেশ

২৭ বছৰীয়া যুগ্ম জীৱনৰ যৱনিকা গে’টছ দম্পত্তিৰ; কাৰ হাতত থাকিব ১৪৬ বিলিয়ন ডলাৰৰ সম্পত্তি

সুদীৰ্ঘ ২৭টা বছৰ একেলগে পাৰ কৰাৰ পাছত বৈবাহিক সম্পৰ্ক অন্ত পেলোৱাৰ কথা ঘোষণা কৰিছে বিশ্বৰ শীৰ্ষ ধনাঢ্য ব্যক্তিসকলৰ অন্যতম তথা গে’টছ ফাউণ্ডেশ্যনৰ গৰাকী বিল আৰু মেলিণ্ডা গে’টছে। সোমবাৰে দিয়া টুইটত গে’টছ দম্পতীয়ে কয়, ‘আমাৰ সম্পৰ্কক লৈ বহু চিন্তা-চৰ্চা কৰি আমি আমাৰ বৈবাহিক জীৱন অন্ত পেলোৱাৰ সিদ্ধান্ত লৈছো।‘ ‘আমি নেভাবো যে আমাৰ যুগ্ম জীৱন আৰু আগবঢ়াই […]