গুৱাহাটীঃ ২৩ এপ্ৰিলত অসম ভ্ৰমণলৈ আহিব দেশৰ প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিং। বাংলাদেশৰ স্বাধীনতা যুদ্ধত অংশগ্ৰহণ কৰি শ্বহীদ হোৱা ন গৰাকীকৈ সৈনিকৰ বিধৱা পত্নী, আঘাতপ্ৰাপ্ত ছয়গৰাকী সৈনিক, দুগৰাকী যুদ্ধবন্দী সৈনিক আৰু এই যুদ্ধত অংশগ্ৰহণ কৰি মহীয়ান হোৱা ৭২ গৰাকী অসমৰ সৈনিকক প্রথমবাৰৰ বাবে ৰাজহুৱা ভাৱে সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা অনুষ্ঠানত কেন্দ্রীয় […]