গুৱাহাটী: আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ্য দিৱস উপলক্ষে যোৱা ২২ মে’ত অসম ৰাজ্যিক জৈৱ বৈচিত্ৰ্য ব’ৰ্ডে “Building A Shared Future For All Life” শীৰ্ষক এলানি বিশেষ কাৰ্য্যসূচী আয়োজন কৰে। এই উপলক্ষে ১৮ আৰু ১৯ মে’ত গ্ৰুপ এ আৰু গ্ৰুপ বি ক্ৰমে ষষ্ঠৰ পৰা অষ্ট্ম শ্ৰেণী আৰু নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ দুটা গোটৰ মাজত এক অনলাইন কুইজ প্ৰতিযোগিতাৰ […]