Posted inকলা-সংস্কৃতি/মনোৰঞ্জন

ছানিয়া মিৰ্জাৰ চৰিত্ৰত অভিনয় কৰিব অভিনেত্ৰী তাপসী পন্নুৱে

নিউজ ডেস্ক- বিশ্বখ্যাত টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাৰ জীৱনৰ আধাৰত নিৰ্মিত হ’ব এখন চলচ্চিত্ৰ। যিখন চলচ্চিত্ৰত ছানিয়াৰ চৰিত্ৰত অভিনয় কৰিব বলীউদ অভিনেত্ৰী তাপসী পন্নুৱে। প্ৰযোজক ৰণী স্ক্ৰুৱালাই অভিনেত্ৰী গৰাকীৰ লগত এই সন্দৰ্ভত আলোচনা কৰিছে। তাপসীয়ে চলচ্চিত্ৰখনৰ স্ক্ৰীপ্টো পছন্দ কৰিছে। কেইবছৰমান আগতে এটা সাক্ষাৎকাৰতো তাপসীয়ে উল্লেখ কৰিছিল যে তেওঁ ইন্দিৰা গান্ধী বা ছানিয়া মিৰ্জাৰ চৰিত্ৰত পৰ্দাত অভিনয় […]