Posted inদেশ-বিদেশ

হেলিকপ্টাৰ দুৰ্ঘটনা: চি ডি এছ বিপিন ৰাৱট, পত্নী আৰু আন ১১জনৰ মৃত্যু

নিউজ ডেস্ক : তামিলনাডুত সংঘটিত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত নিহত হৈছে চিফ অৱ ডিফেন্স জেনেৰেল বিপিন ৰাৱট। ৰাৱটৰ লগতে তেওঁৰ পত্নী মধুলিকা ৰাৱট আৰু আন ১১ গৰাকী সেনা বিষয়াৰ উক্ত দুৰ্ঘটনাত মৃত্যু হয়। উল্লেখযোগ্য যে ভাৰতীয় সেনা বাহিনীৰ এখন বিশেষ হেলিকপ্টাৰ বুধবাৰে পুৱা তামিলনাডুৰ কুনুৰত এখন দুৰ্ঘটনাত পতিত হৈছিল। জেনেৰেল বিপিন লক্ষ্মণ সিং ৰাৱট হৈছে ভাৰতৰ […]