Posted inNews

শৃংখল চলিহাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া

নিউজ ডেস্ক: শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে শৃংখল চলিহাৰ গ্ৰেপ্তাৰক লৈ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ কৈছে যে জিলা দণ্ডাদীশৰ দ্বাৰা শৃংখল চলিহাক গ্ৰেপ্তাৰৰ বাবে যি আদেশ দিয়া হ’ল, তেনে ঘটনা শিৱসাগৰত শৃংখল চলিহাই সংঘটিত কৰা নাই । সৰু আৰু সামান্য ঘটনাৰ আলম লৈ কেতবোৰ মিছা অভিযোগ আনি জোৰ জবৰদস্তি শৃংখল চলিহাক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ […]