Posted inঅসম

বিশিষ্ট লেখিকা ৰতিপ্ৰভা গগৈলৈ ২০২১ বৰ্ষৰ বীৰাঙ্গনা মূলা গাভৰু বঁটা

সোণাৰি: প্ৰৱল প্ৰতাপী মোগল সৈন্যৰ বিৰুদ্ধে যুঁজ দি যুদ্ধক্ষেত্ৰত প্ৰাণত্যাগ কৰা বীৰাঙ্গনা মূলা গাভৰুৰ স্মৃতিত ২০১৩ বৰ্ষৰ পৰা প্ৰদান কৰি অহা মূলাগাভৰু বঁটাটি এইবাৰ সোণাৰি মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষা তথা বিশিষ্ট লেখিকা ৰতিপ্ৰভা গগৈলৈ আগবঢ়োৱা হয়। সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত অষ্টম বাৰ্ষিক বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান অনুষ্ঠানত প্ৰদান কৰা হয় বঁটাটি। উল্লেখ্য যে টাই আহোম যুৱ […]